Lists can be exported reliably when the whole list uses a consistent list style. Use the Numbering or Bullets icon to generate a list in Writer. If you need a list without numbering or bullets, use <emph>Format - Bullets and Numbering</emph> to define and apply the respective list style.
লিস্টক ৰপ্তানি কৰিব পাৰি যেতিয়া সম্পূৰ্ণ লিস্টে একে ধৰণৰ লিস্টৰ ধৰণ ব্যৱহাৰ কৰে। নাম্বাৰিং বা বুলেট আইকণ ব্যৱহাৰ কৰক Writer ত লিস্ট সৃষ্টি কৰিবলৈ। যদি নাম্বাৰিং বা বুলেট নথকা লিস্ট লাগে, বিন্যাস - বুলেট আৰু নাম্বাৰিংব্যৱহাৰ কৰক লিস্টৰ ধৰণক সংজ্ঞা দি প্ৰয়োগ কৰিবলে।